HomeIMPORTANCE TOPICSValue of Life জীৱনৰ মূল্য Value of Life জীৱনৰ মূল্য asimsummu জীৱনৰ মূল্যবৰষুণ থামি গ'লে ছাতিটোকো বোজা বুলি মনত হয়! চিয়াঁহী শেষ হৈ গ'লে কলমটোও আৱৰ্জনাৰ বাল্টি/ড্ৰামত জমা হয়! এদিন পাৰ হৈ গ'লে প্রিয়জনে দিয়া ফুলটিও পিছদিনাখন ডাষ্টবিনত পোৱা যায়! পৃথিৱীৰ নিষ্ঠুৰতম সত্য হ'ল,- আপোনাৰ উপকাৰৰ কথা মানুহে বেছিদিন মনত নাৰাখিব!জীৱনৰ আটাইতকৈ নিদাৰুণ বাস্তৱতা হ'ল,- কাৰ ওচৰত আপুনি কিমান দিন প্ৰায়োৰীটি পাব, সেয়া নিৰ্ভৰ কৰিব "কাৰ বাবে কিমান দিন কিবা এটা কৰাৰ সামৰ্থ্য আছে" তাৰ ওপৰত! এই বাস্তৱতা আপুনি মানিলেও সত্য/সঁচা, নামানিলেও সত্য/সঁচা! আজি ৰাতিপুৱা যিখন পত্ৰিকাৰ দাম ৫ টকা, এদিন পিছত সেই একেই পত্ৰিকাৰ ১ কেজিৰ দাম ৫ টকা! হাজাৰ টকা খৰচ কৰি একাডেমীক লাইফত বছৰৰ আৰম্ভণিতে যিবোৰ কিতাপ গুৰুত্ব দি কিনে, বছৰৰ শেষত সেই কিতাপবোৰেই কেজিৰ জোখত বিক্ৰী কৰি দিয়ে! সময় শেষ হৈ গ'লে এইভাৱেই সকলোৰে/সকলো কিছুৰেই মূল্য কমিবলৈ ধৰে!আমি আপাদমস্তক স্বাৰ্থপৰ প্ৰাণী! ভিক্ষাৰীক ২ টকা দিয়াৰ আগতেও মানুহে চিন্তা কৰে,- কিমানখিনি পূণ্য অর্জন হ'ব! বিনা স্বাৰ্থত কোনেও ভিক্ষুকক ভিক্ষাও নিদিয়ে!ইমান কিবা-কিবিৰ পিছতো,- আহক আমি কিঞ্চিৎ হাঁহিৰে কথা কওঁ!আহক খঙটো কমাও!আহক অহংকাৰক দাফোন কৰি পেলাওঁ!আৰু যদি সুখী হ'ব বিচাৰে, তেন্তে প্ৰত্যাশা কমাওক!আপুনি যদি কোনোবাৰ বাবে কিবা কৰিছে, সেয়া চিৰদিনৰ বাবে পাহৰি যাওক! কাৰণ সেয়া যিমান দিন আপুনি মনত ৰাখিব, সিমান দিন সেয়াই আপোনাক অহংকাৰী কৰি তুলিব! আকৌ কোনোবাই যদি আপোনাৰ বাবে খুব নগন্যও কিবা এটা কৰি থাকে, তেন্তে সেইটো আজীৱন মনত ৰাখিব! কাৰণ এয়াই আপোনাক বিনয়ী আৰু কৃতজ্ঞতাসম্পন্ন এজন ভাল মানুহ হিচাবে সমাজত জীয়াই ৰাখিব! Newer Older
হার্ট ড্যামেজ হচ্ছে কিনা জেনে নিন, প্রতি বছর বিশ্বব্যাপী কার্ডিওভাসকুলার ডিজিজে প্রায় ১৭ মিলিয়ন মানুষের মৃত্যু ঘটে। বিশ্ব স্বাস্থ্য সংস্থার মতে হার্ট অ্যাটাক এবং স্ট্রোক এর অন্তর্ভুক্ত।
মরিংগা পাউডার (Moringa Powder) বা সজিনা পাতার গুড়াকে সুপার ফুড বলা হয়। সজিনা পাতা সম্পর্কে কিছু তথ্য যা আপনাকে অবাক করবে
জেনেনিন নিমেরপাতার সকল গুণ এক শাতে,নিম একটি ঔষধি গাছ, বৈজ্ঞানিক নাম(AZADIRACHTA INDICA)। এর ডাল, পাতা, রস, সবই কাজে লাগে। নিম একটি বহু বর্ষজীবি ও চির হরিত বৃক্ষ।
পেয়ারা খাওয়ার ২৫টি আশ্চর্যজনকউ পকারিতা পেয়ারা শুধু সুস্বাদু ফল নয়, এটি অত্যন্ত পুষ্টিকর ও স্বাস্থ্যকর
ছাৰ আইজাক নিউটনৰ জীৱনী আদি জীৱন,মধ্য জীৱন,শেষ জীৱন,ব্যক্তিত্ব,ধৰ্মতত্ব,অপৰসায়ন,নিউটনৰ ‘প্ৰভাৱ’ (legacy)
দায়িত্ব, এজন পুৰুষ হৈ জন্ম লৈছো যেতিয়া সকলো দায়িত্ব পালন কৰিব লাগিব। আজি পত্নীৰ প্ৰসৱৰ সময়। মোক বাৰে বাৰে পত্নীয়ে কৈছে
টমাছ আলভা এডিছন Thomas Alva Edison,জীৱনী আদি জীৱন,মধ্য জীৱন,শেষ জীৱন,ব্যক্তিত্ব,ধৰ্মতত্ব,অপৰসায়ন,নিউটনৰ ‘প্ৰভাৱ’ (legacy)