সাধাৰণ জ্ঞান General Knowledge
প্ৰ: অসমৰ প্ৰথম I.C.S কোন
প্ৰ: বুঢ়া চাপৰি অভয়াৰন্য কোনখন জিলাত আছে
প্ৰ: চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল
প্ৰ: অসমত "মধ্যাহ্ন ভোজন" আচনিখন কিমান চনত আৰম্ভ হৈছিল
প্ৰ: ভাৰতৰ সংবিধান দিৱস কোন তাৰিখে পালন কৰা হয়
প্ৰ: ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ কেইটা
প্ৰ: চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন 
প্ৰ: "সমাগত সময়ৰ লিখক কোন
প্ৰ: গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল
প্ৰ: স্বাধীনোত্তৰ পিছত অসম বিধান সভাৰ অধ্যক্ষ কোন আছিল
প্ৰ: অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি
প্ৰ: ভাৰতৰ সংবিধান সভাৰ প্ৰথম সভাপতি কোন
প্ৰ: বাইখো উৎসৱ কোনে পালন কৰে
প্ৰ: পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল
প্ৰ: বিশ্ব স্বাস্হ্য দিৱস কোন তাৰিখে পালন কৰা হয়
